ETV Bharat / bharat

কৃষি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিৰোধী বিধেয়ক

author img

By

Published : Oct 20, 2020, 2:30 PM IST

কৃষি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিৰোধী বিধেয়ক
কৃষি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিৰোধী বিধেয়ক

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৰাজ্যখনৰ বিধানসভাত উত্থাপন কৰিলে বিশেষ বিধেয়ক ৷ কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি (সংশোধনী) আইনৰ বিৰুদ্ধে বিধানসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিলে এখন প্ৰতিৰোধী বিধেয়ক ৷

নিউজ ডেস্ক, 20 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধিতাৰে পঞ্জাৱ চৰকাৰৰ বিধেয়ক প্ৰস্তাৱ ৷ মঙলবাৰে পঞ্জাৱ বিধানসভাত কৃষি (সংশোধনী) আইনৰ বিৰোধিতাৰে এখন বিধেয়ক উত্থাপন কৰে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৷

কৃষি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিৰোধী বিধেয়ক
কৃষি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিৰোধী বিধেয়ক

বিধানসভাত বিধেয়কখন প্ৰস্তাৱ কৰি কেপ্টেইনে কয় যে, কেন্দ্ৰই তেওঁৰ চৰকাৰক বৰ্খাস্ত কৰিলেও নিজৰ শিৰ নত নকৰে ৷ কৃষকৰ প্ৰতিবাদ কৰাৰ পূৰ্ণ অধিকাৰ আছে ৷ মই নিবিচাৰো যে, পঞ্জাৱত কৃষকসকলে কৃষি কৰিব এৰি প্ৰতিবাদত কৰক ৷ ইয়াৰ সমাধান নোলালে সমস্যা অধিক বৃদ্ধি পাব ৷

লগতে পঢ়ক : শ্ৰীনগৰৰ ঐতিহাসিক ৰঘুনাথ মন্দিৰ পুনৰ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.