চিৰাঙৰ ভূটান সীমান্তত UPPL ৰ বাইক ৰেলী

🎬 Watch Now: Feature Video

thumbnail
চিৰাঙৰ ভূটান সীমান্তত UPPL ৰ বাইক ৰেলী (undefined)

By ETV Bharat Assamese Team

Published : March 1, 2024 at 4:17 PM IST

1 Min Read
Choose ETV Bharat

চিৰাং,১ মাৰ্চ: চিৰাঙৰ ভূটান সীমান্তত মটৰচাইকেল ৰেলীৰে বিটিআৰৰ শাসকীয় ইউপিপিএলৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শুকুৰবাৰে চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ ব্লক সমিতি ইউপিপিএলৰ তৰফৰ পৰা এক মটৰ চাইকেল ৰেলীৰ আয়োজন কৰা হয় । "শান্তি মটৰ চাইকেল" ৰেলী ৰুণিখাতাৰ আশ্ৰাবাৰীৰ পৰা উলিয়াই ভূটান সীমান্তৰ দাদগিৰি হাতীসাৰত অন্ত পৰে ।  

প্ৰায় দুই শতাধিক দলীয় সমৰ্থকে এই মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰে । প্ৰাক্তন পাৰিষদ তথা বিজনী পৌৰসভাৰ সভাপতি গুনেশ্বৰ গয়াৰীয়ে এই ৰেলীৰ শুভ উদ্বোধন কৰে । লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাৰে উলিওৱা এই ৰেলীত চিৰাং জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক অমৰ সিং ব্ৰহ্ম, ১৪ নং চিৰাং দুৱাৰ ব্লক ইউপিপিএলৰ সভাপতি বীৰদাউ মুচাহাৰীৰ লগতে দলীয় অন্যান্য নেতা কৰ্মীসকলেও অংশগ্ৰহণ কৰে ।  

লগতে পঢ়ক: গুৱাহাটীবাসীৰ সুৰক্ষাৰ বাবে সাজু আৰক্ষী সঞ্চালক প্ৰধান, সামাজিক মাধ্যমত পোষ্ট ৪২ খন আলোকচিত্ৰ