কোনে কেৰালালৈ লৈ গ’ল নাৰায়ণপুৰৰ দুই নিৰুদ্দিষ্ট কিশোৰীক ? - girls missing from Narayanpur

🎬 Watch Now: Feature Video

thumbnail
কোনে কেৰালালৈ লৈ গ’ল নাৰায়ণপুৰৰ দুই নিৰুদ্দিষ্ট কিশোৰীক ? (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 4:49 PM IST

|

Updated : February 21, 2024 at 5:25 PM IST

1 Min Read
Choose ETV Bharat

বিহপুৰীয়া, 20 ফেব্ৰুৱাৰী : পুনৰ অসমত নাৰী সৰবৰাহকাৰী চক্ৰৰ দপদপনি ৷  যোৱা শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মেৰমুখ তিনিটিয়াৰ পৰা দুই কিশোৰী নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছিল । যোৱা শনিবাৰে পুৱা চাপৰিত সৰিয়হ তুলিবলৈ গৈ সন্ধানহীন হৈছিল কিশোৰী দুগৰাকী ৷ 

ইয়াৰ পিচতে কিশোৰী দুগৰাকীক পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নাৰায়ণপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । নিৰুদ্দেশ হোৱাৰ চাৰিদিনৰ পিচতে শেহতীয়াকৈ কিশোৰী দুগৰাকীৰ লগত ফোনৰ সংযোগ হৈছে ঘৰৰ লোকৰ ৷ যদিও আৰক্ষীয়ে তেওঁলোকৰ স্থান ট্ৰেক কৰিব পৰা নাই ৷

পৰিয়ালৰ লোকে কিশোৰী দুগৰাকী মানৱ সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ কৰিছে । আনহাতে কিশোৰী দুগৰাকীক কেৰালাত আৱদ্ধ কৰি ৰখা বুলি পৰিয়ালক জনাইছে কিশোৰীদ্বয়ে ৷

লগতে পঢ়ক: 36 ঘণ্টাৰ পাচত অৰুণাচলত অপহৃত 3 শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে

Last Updated : February 21, 2024 at 5:25 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details