তপন গগৈ ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ: চৰাইদেউ মৈদামত গৌৰৱ গগৈ - MP Gaurav Gogoi

🎬 Watch Now: Feature Video

thumbnail
চৰাইদেউ মৈদামত গৌৰৱ গগৈ (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 5:18 PM IST

1 Min Read
Choose ETV Bharat

আমগুৰি, ১৭ মাৰ্চ: চৰাইদেউ মৈদামত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । মৈদাম ক্ষেত্ৰত উপস্থিত হৈয়েই আহোমৰ ৰীতিৰে মৈদামত ফুৰালুং পূজা কৰে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

কংগ্ৰেছ দলৰ চৰকাৰ হ’ল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে ৷ ইণ্ডি এলায়েন্সৰ চৰকাৰ গঠন হ’লে প্ৰথম কেবিনেট বৈঠকতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে ।

উল্লেখ্য যে প্ৰাৰ্থিত্ব ঘোষণাৰ পিচত প্ৰথমবাৰৰ বাবে দেওবাৰে চৰাইদেউত উপস্থিত কংগ্ৰেছ নেতাগৰাকী ৷ চৰাইদেউ মৈদামত সেৱা লৈ আজি দিনটো চৰাইদেউ জিলা পৰিভ্ৰমণ কৰিব গৌৰৱ গগৈয়ে । প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈৰ নেতৃত্বত দলীয় কৰ্মীসকলে ৷

লগতে পঢ়ক: পুৰণি সতীৰ্থৰ সহযোগিতা বিচাৰি অগপৰ কাৰ্যালয়ত সোণোৱাল

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details