১০ মাৰ্চৰ পৰা বৰপেটা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

🎬 Watch Now: Feature Video

thumbnail
বৰপেটা আইন মহাবিদ্যালয় (undefined)

By ETV Bharat Assamese Team

Published : March 1, 2024 at 7:13 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ১ মাৰ্চ: বৰপেটাৰ একাংশ শিক্ষানুৰাগী আৰু দূৰদৰ্শী লোকৰ আগ্ৰহ আৰু প্ৰচেষ্টাত ১৯৭২ চনত স্থাপিত হৈছিল বৰপেটা আইন মহাবিদ্যালয় ৷ বৰপেটাৰ বিশিষ্ট নাগৰিক আৰু শিক্ষানুৰাগী ৰাইজৰ উদ্যোগত স্থাপিত বৰপেটা আইন মহাবিদ্যালয়ে এইবছৰ গৌৰৱময় সোণালী জয়ন্তী পূৰ্তি পালন কৰিছে  ৷ বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰা বৰপেটা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ৮, ৯ আৰু ১০ মাৰ্চত অনুষ্ঠিত হ'ব ৷ আজি সোণালী জয়ন্তী উদযাপন সমিতিয়ে এখন সংবাদমেলত এই বিষয়ে সদৰী কৰিছে ।

সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পৰ্কে শুকুৰবাৰে এক সংবাদমেলত সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি গুনীন্দ্ৰ নাথ দাসে কয় যে আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ ১০ মাৰ্চৰ সামৰণি অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব  ৷ 

লগতে পঢ়ক:গুৱাহাটীবাসীৰ সুৰক্ষাৰ বাবে সাজু আৰক্ষী সঞ্চালক প্ৰধান, সামাজিক মাধ্যমত পোষ্ট ৪২ খন আলোকচিত্ৰ