অসম

assam

নলবাৰীত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যু

By

Published : Sep 14, 2022, 2:05 PM IST

নলবাৰী চহৰৰ NT ROAD ত বিদ্যুৎপৃষ্ট হৈ নিহত এজন কিশোৰ (teen died in electrocution) । এটি এপাৰ্টমেণ্টৰ পাছফালে গৃহস্থই বিদ্যুৎ সংযোগ কৰি থোৱাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা সন্দেহএকাংশৰ (teen died in Nalbari) ৷ এপাৰ্টমেণ্টটোত ১৫ বছৰীয়া কিশোৰজন পাছফালৰ পৰা প্ৰৱেশ কৰাত সংঘটিত হয় এই ঘটনাটো ৷ কিশোৰজনৰ নাম অমিত দাস বুলি জানিব পৰা গৈছে ৷ পেলনীয়া বটল বিচাৰি যুৱকজন সোমাইছিল এপাৰ্টমেণ্টটোত ৷

ABOUT THE AUTHOR

...view details