অসম

assam

অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন দুই বীৰাংগনাৰ

By

Published : Aug 1, 2021, 10:06 PM IST

অসম-মিজোৰাম সীমান্তত অসমৰ ভূমি ৰক্ষা কৰিবলৈ অসম চৰকাৰে দায়িত্ব অৰ্পণ কৰিছে কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলী আৰু আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰক ৷ দায়িত্ব লাভৰ পাছতে অসম-মিজোৰাম সীমান্তত দুয়োগৰাকী মহিলা বিষয়াই অত্যাধুনিক অস্ত্ৰৰে সু-সজ্জিত বাহনৰ সৈতে উপস্থিত হৈ তহল দিয়ে । দেওবাৰে সীমান্ত অঞ্চল পৰিদৰ্শন কৰে দুয়োগৰাকী মহিলা বিষয়াই ৷ উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পিছতে সীমান্তৰ পৰা আঁতৰি আহিছিল অসম আৰক্ষী । কিন্তু এতিয়াও সংঘৰ্ষস্থলীৰ পৰা আঁতৰি যোৱা নাই মিজো আৰক্ষী ।

ABOUT THE AUTHOR

...view details