অসম

assam

দুৰ্গা পূজাৰ SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া কণ্ঠশিল্পী দীপলীনা ডেকাৰ

By

Published : Sep 17, 2021, 4:54 PM IST

Updated : Sep 18, 2021, 6:22 AM IST

"চৰকাৰে যি সিদ্ধান্ত লৈছে ভাবি-চিন্তিয়ে লৈছে ৷ ৰাইজৰ ভালৰ বাবেই নিশ্চয় চৰকাৰে এই সিদ্ধান্ত লৈছে ৷ বৰ্তমানেও ক'ভিড শেষ হোৱা নাই, কিন্তু তাৰ মাজতে চৰকাৰে নীতি নিয়মৰ মাজেৰে ৰাইজক দুৰ্গা পালন কৰিবলৈ আহ্বান জনাইছে ৷ এয়া ভাল কথা ৷" দুৰ্গা পূজাক লৈ চৰকাৰে জাৰি কৰা SOPৰ প্ৰতি এনেদৰে পূৰ্ণ সমৰ্থন জনাইছে নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাই ৷ উল্লেখ্য যে, দুৰ্গা পূজা অনুষ্ঠিত হ'ব যদিও সাংস্কৃতিক অনুষ্ঠানত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে ৷ চৰকাৰৰ এই নিৰ্দেশৰ্নাক লৈ ইতিমধ্যেই একাংশ শিল্পীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পিছে ইয়াৰ মাজতে নলবাৰীত এটা মেকআপ ষ্টুডিঅ' উদ্বোধনী অনুষ্ঠানত অংশ লৈ চৰকাৰে জাৰি কৰা SOP লৈ সমৰ্থন আগবঢ়ালে কণ্ঠশিল্পী গৰাকীয়ে ৷
Last Updated :Sep 18, 2021, 6:22 AM IST

ABOUT THE AUTHOR

...view details