অসম

assam

Drug seized in Sivasagar: চদ্মবেশী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

By

Published : Jan 28, 2022, 3:40 PM IST

শিৱসাগৰত দিনদুপৰতেই বৃহত পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ (Drug seized in Sivasagar) । চদ্মবেশী আৰক্ষীৰ অভিযানত নগৰৰ মাজমজিয়াত উদ্ধাৰ ড্ৰাগছ ৷ নগাঁৱৰ চুলতানা বেগম উপাধিৰ মহিলা গৰাকীৰ হাতৰ পৰা উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ ৷ নগৰৰ মাজমজিয়াৰ হস্পিতেল ৰোডৰ এখন ব্যৱসায়িক প্ৰতিস্থানৰ সন্মুখৰ পৰা আটক মহিলা গৰাকীক (Drug peddler arrested in Sivasagar) ৷ মহিলা গৰাকীৰ হাতৰ পৰা লুকুৱাই থোৱা অৱস্থাত ১২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ ৷ জব্দকৃৰ্ত ড্ৰাগছৰ মূল্য লক্ষাধিক টকা হব বুলি আৰক্ষীয়ে ঠাৱৰ কৰিছে ৷ সদৰ থানাত মাৰাথান জেৰা অব্যাহত ৷ নগৰৰ বিজিৰোডত ভাড়াতীয়া হিচাবে বাস কৰা চুলতানাই বহু দিন ধৰি অব্যাহত ৰাখিছিল এই নিষিদ্ধ বেহা ৷

ABOUT THE AUTHOR

...view details