অসম

assam

খহনীয়াত সৰ্বস্বান্ত বঙাইগাঁৱৰ সৃজনগ্ৰামৰ 6 নং চৰ

By

Published : Jun 10, 2019, 11:18 PM IST

বঙাইগাঁৱৰ ভিন্ন ঠাইত বৰলুইতৰ খহনীয়াত সৰ্বস্বান্ত হোৱাৰ পথত সাধাৰণ কৃষক । জিলাখনৰ সৃজনগ্ৰাম খণ্ড উন্নয়নৰ অধীনত 6 নং চৰৰ প্ৰায় দুশ পৰিয়াল বৰ্তমানে নিশ্চিহ্ন হোৱাৰ পথত ৷ চৰৰ পৰা আমাৰ সাংবাদিক আব্দুল মালেক আহমেদৰ এক প্ৰতিবেদন ...

ABOUT THE AUTHOR

...view details