অসম

assam

Congress defeat BJP in Karnataka: কৰ্ণাটকত বিজেপি পৰাস্ত হ’লেও ভাল ফলাফল দেখুৱাইছে- মানিক সাহা

By

Published : May 13, 2023, 10:17 PM IST

কৰ্ণাটকত বিজেপি পৰাস্ত হ’লেও ভাল ফলাফল দেখুৱাইছে

কৰিমগঞ্জ, 13 মে’: "নিৰ্বাচনত হৰা জিকা থাকেই (Karnataka election polls) ৷ কৰ্ণাটকত কংগ্ৰেছ জয়ী হ’লেও বিজেপিয়ে ভাল ফলাফল দেখুৱালে ৷ সকলো সদায় একেই নাথাকে, গণতান্ত্ৰিক ব্যৱস্থাত কংগ্ৰেছো পৰাজয় বৰণ কৰিব (Karnataka Assembly Election 2023) ৷ কিন্তু কৰ্ণাটকত বিজেপিয়েও ভাল কাম কৰিছে ৷ বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস কৰে। বিৰোধীসকলে কয় যে দেশত গণতান্ত্ৰিক পৰিৱেশ নাই, নহ’লে এনে ফলাফল নহ’লহেঁতেন।"

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতেই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই (Tripura CM Manik Saha reaction) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে কংগ্ৰেছক জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ বিজেপি ক্ষমতালৈ অহাৰ পাচত ত্ৰিপুৰাত গণতান্ত্ৰিক পৰিৱেশ আহিছে বুলিও দাবী কৰে সাহাই ।

লগতে পঢ়ক:Rahul Gandhi on Karnataka win : কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ হৈছে আৰু প্ৰেমৰ দোকান খুলিছে; ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details