অসম

assam

টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

By

Published : Sep 6, 2022, 7:08 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ(CM Relief fund) পৰা মঙলবাৰে টীয়কত ২২১ জন ৰোগীৰ মাজত সাংসদ তপন গগৈ(MP Topon Kumar Gogoi) আৰু বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ উপস্থিতিত চেক বিতৰণ কৰে (Cheque distribution at Teok)। টীয়কৰ মা বিবাহ ভৱনত আয়োজিত চেক বিতৰণ অনুষ্ঠানটোত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, অসম গণ পৰিষদ যোৰহাট জিলাৰ সম্পাদক দ্বীপেন বৰগোহাঁই, ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক অমৰ শইকীয়া, অসম গণ পৰিষদ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য পৰেশ বৰা আৰু প্ৰশান্ত বৰা, ভাৰতীয় জনতা পাৰ্টীৰ দুইটা মণ্ডলৰ সভাপতি, সম্পাদকসকল, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বহু সংখ্যক বিষয়ববীয়া ।
Last Updated :Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details