অসম

assam

ভাইৰেল ভিডিঅ’:পাৰ্কত বিজয়ৰ আনন্দত ব্যস্ত তালিবানী

By

Published : Aug 17, 2021, 6:36 PM IST

আফগানিস্তানৰ শাসনভাৰ 20 বছৰৰ প্ৰতীক্ষাৰ অন্তত পুনৰ নিজৰ দখললৈ আনিলে মৌলবাদী সংগঠন তালিবানে ৷ আফগান চৰকাৰৰ আত্মপমৰ্পণ আৰু দেশখনৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীৰ দেশ এৰি পলায়নৰ পিছতে আফগানিস্তানৰ নাগৰিকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ কিন্তু ইয়াৰ মাজতে তালিবানী সদস্যসকলে উদযাপন কৰিছে এই অনাকাংক্ষিত বিজয় ৷ ইতিমধ্যে সংগঠনটোৰ সদস্যসকলে ৰাষ্ট্ৰপতি ভৱনৰ জিম আৰু বিভিন্ন পাৰ্কত আনন্দ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল...

ABOUT THE AUTHOR

...view details