অসম

assam

প্ৰধানমন্ত্ৰী মোডীক আজি সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

By

Published : Sep 21, 2022, 1:15 PM IST

আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM himanta Biswa Sarma meets PM Narendra Modi) ৷ ৰাজ্যৰ কেবাটাও বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী ৷

Etv প্ৰধানমন্ত্ৰী মোডীক আজি সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
প্ৰধানমন্ত্ৰী মোডীক আজি সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

  • কেবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ নতুন দিল্লীত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
  • বিশেষকৈ অসম মিজোৰামৰ সীমা সমস্যা (Assam Mizoram border dispute) সন্দৰ্ভত নতুন দিল্লীত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
  • লগতে ৰাজ্যৰ অৰ্থনৈতিক, ৰাজনৈতিক আদি বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোডীক নতুন দিল্লীত আজি সাক্ষাৎ কৰে ৷
  • প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পাচত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়লি ভাগত সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে গৃহমন্ত্ৰী অমিত শ্বাহক ৷

ABOUT THE AUTHOR

...view details