অসম

assam

চিয়াঙৰ বাঢ়নী পানীত ছিগিল মথাউৰি

By

Published : Jul 14, 2019, 4:12 PM IST

বানত আবদ্ধ হৈ পৰা ৪৯ টা পৰিয়ালক  জোনাই মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰে  । মথাউৰি ছিঙাৰ ফলত ২০খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে । যাৰ ফলত বানাক্ৰান্তসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি

জোনাই,১৪জুলাই : ভয়ংকৰ বানে তাণ্ডৱ চলাইছে জোনাইত । জোনাইৰ বেৰাচাপৰিৰ ৰাভা কাঠনিত চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিগালে মথাউৰি । বানত আবদ্ধ হৈ পৰা ৪৯ টা পৰিয়ালক জোনাই মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰে । মথাউৰি ছিঙাৰ ফলত ২০খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে । যাৰ ফলত বানাক্ৰান্তসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি


আনহাতে, চিয়াং নদীৰ বানত আবদ্ধ হৈ খাদ্য সংকটত ভুগি থকা কবু চাপৰিৰ ৫৫৭ পৰিয়ালৰ ৩২৭৪ গৰাকী বন্যাৰ্তক বৰ্তমানেও যোগান ধৰিব পৰা সাহাৰ্য । যাৰ বাবে বানাক্ৰান্তসকলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ।

ABOUT THE AUTHOR

...view details