অসম

assam

ৰাজস্থানত ভূপতিত মিগ-27 যুদ্ধ বিমান

By

Published : Mar 31, 2019, 3:09 PM IST

কথপমি প্ৰাণ ৰক্ষা বিমান চালকৰ ৷

etv bharat

নিউজ ডেস্ক, 31 মাৰ্চ : ৰাজস্থানত ভূপতিত ভাৰতীয় বায়ুসেনাৰ মিগ-27 যুদ্ধ বিমান ৷ দৈনন্দিন অনুশীলনৰ বাবে যোধপুৰৰ পৰা চিৰোহীলৈ উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ আকাশমাৰ্গতেই ভস্মীভূত হয় মিগ-27 যুদ্ধ বিমানখন৷ ফলত চিৰোহী অঞ্চলত বাগৰি পৰে বিমানখন ৷ ভাৰতীয় বাযুসেনাই প্ৰকাশ কৰিছে এই তথ্য ৷

চিৰোহীৰ গোদানা গাঁৱত ভূপতিত হোৱা যুদ্ধ বিমানখনৰ পৰা পেৰাচুটেৰে কথমপি প্ৰাণ ৰক্ষা কৰে চালকজনে ৷


IAF's MiG 27 aircraft crashes near Jodhpur


ৰাজস্থানত ভূপতিত মিগ-27 যুদ্ধ বিমান

কথপমি প্ৰাণ ৰক্ষা বিমান চালকৰ ৷


নিউজ ডেস্ক, 31 মাৰ্চ : ৰাজস্থানত ভূপতিত ভাৰতীয় বায়ুসেনাৰ মিগ-27 যুদ্ধ বিমান ৷ দৈনন্দিন অনুশীলনৰ বাবে যোধপুৰৰ পৰা চিৰোহীলৈ উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ আকাশমাৰ্গতেই ভস্মীভূত হয় মিগ-27 যুদ্ধ বিমানখন৷ ফলত চিৰোহী অঞ্চলত বাগৰি পৰে বিমানখন ৷ ভাৰতীয় বাযুসেনাই প্ৰকাশ কৰিছে এই তথ্য ৷
2859156_l.jpg
চিৰোহীৰ গোদানা গাঁৱত ভূপতিত হোৱা যুদ্ধ বিমানখনৰ পৰা পেৰাচুটেৰে কথমপি প্ৰাণ ৰক্ষা কৰে চালকজনে ৷

ABOUT THE AUTHOR

...view details