ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

By

Published : Aug 20, 2022, 8:42 PM IST

thumbnail

শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ (Wild elephants roam in Rangapara)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ উলাই আহিল হাতীৰ জাকটো ৷ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে দিনৰ ভাগত ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি থাকি নিশাৰ ভাগত ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে । বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰি থকাৰ দৃশ্য বন্দী হৈছে নাহৰণী গ্ৰাণ্টত । আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলক বনৰীয়া হাতীৰ জাকটোক বনাঞ্চলৰ দিশে খেদি পঠিয়াবলৈ ৰাইজে আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.