গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ অভিযোগত আটক গৃহৰক্ষী জোৱান

By

Published : Jun 9, 2022, 9:02 PM IST

thumbnail

কাজিৰঙাত পুনৰ ৰক্ষকৰ ৰূপত দেখা গ’ল ভক্ষকক ৷ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ীৰ সৈতে গোপন মিতিৰালীৰ অভিযোগ গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে । পূৰ্বে বাগৰি বনাঞ্চলত কৰ্মৰত গৃহৰক্ষী জোৱানক আটক কৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য (Rhino horn smuggling in Kaziranga) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আটক কৰে গঁড় হত্যাৰ পৰিকল্পনা কৰা গৃহৰক্ষী জোৱানজনক । লগতে নগাঁৱৰ পৰা আটক কৰে অন্য এজন ব্যক্তিক । বৰ্তমানলৈ তদন্তৰ খাতিৰত আটকাধীন লোক কেইজনৰ নাম প্ৰকাশ কৰা নাই বন বিভাগে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.