ভিক্টৰ দাসক সত্যাসত্য নিৰূপনৰ সুযোগ দিয়ক চৰকাৰে : ৰিপুন বৰা

By

Published : Sep 11, 2022, 10:02 PM IST

thumbnail

‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক স্পষ্ট কৰক নিজৰ স্থিতি ৷ ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ সত্যাসত্য নিৰূপনৰ সুযোগ দিয়ক’’ (Victor Das alleged corruption in recruitment)৷ শনিবাৰে বোকাখাতত ২৬ হাজাৰ চাকৰিৰ নিযুক্তিৰ (Assam Govt Recruitment 2022) স্বচ্চতাক লৈ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ এনেদৰে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া ৷ লগতে তেওঁ ভিক্টৰ দাসৰ বিষয়টোৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী উত্থাপন কৰিছে ৷ আনহাতে জয়মালাৰ সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.