61st Bodo Sahitya Sabha : উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

By

Published : May 3, 2022, 9:28 PM IST

thumbnail

৪ মে’ত তামুলপুৰৰ ৬১ সংখ্যক বড়ো সাহিত্য সভা অধিৱেশনত (61st Bodo Sahitya Sabha session)অংশগ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President's Assam Visit)৷ সেয়ে ৰাষ্ট্ৰপতিক আদৰিবৰ বাবে মঙলবাৰে তামুলপুৰত ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হয় (President Ram Nath Kovind in Assam)৷ লগতে তৎপৰ হৈ উঠিছে অভ্যৰ্থনা সমিতি, ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.