দৰং জিলাত ৰাষ্ট্ৰীয় পোষন মাহৰ শুভাৰম্ভ

By

Published : Sep 2, 2022, 7:47 PM IST

thumbnail

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে শিশু সকলৰ মানসিক আৰু শাৰিৰীক বিকাশৰ বাবে বৃহস্পতিবাৰৰ পৰা এমাহ জুৰি সমগ্ৰ দেশতে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষন মাহৰ । এই কাৰ্যসূচী ৰাজ্যৰ আন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো মাহজোৰাকৈ পালন কৰা হ'ব । শুকুৰবাৰে দৰঙত পোষন মাহৰ শুভাৰম্ভ কৰা হয়(Poshan maah observed in Darang) । এই উপলক্ষে দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বন্তি প্ৰজ্বলন কৰে উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মাই । এই উপলক্ষে এখন সভাৰ লগতে উলিওৱা হয় এটি সজাগতা ৰেলী(Rally for awareness) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.