অৰুণাচলত পতঞ্জলিৰ তেল সংশাধন আঁচনিৰ ভূমি পূজন-আধাৰশিলা

By

Published : Aug 31, 2022, 10:45 PM IST

thumbnail

অসমৰ লগতে অৰুণাচললৈ প্ৰসাৰিত হৈছে পতঞ্জলিৰ ঔদ্যোগিক ক্ষেত্ৰ ৷ অৰুণাচলৰ পূৱ চিয়াং জিলাৰ নিগলগস্থিত ঔদ্যোগিক বিকাশ কেন্দ্ৰত ভাৰতীয় কৃষকসকলৰ আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক শক্তিৰ বাবে পতঞ্জলিৰ উদ্যোগত আৰু অৰুণাচল কৃষি বিভাগৰ সহযোগত(পাম) বুধবাৰে তেল সংশাধন আঁচনিৰ ভূমি পূজন ও আধাৰশিলা স্থাপন কৰা হয়(Patanjali lays foundation for palm oil) ৷ পতঞ্জলিৰ (পাম) তেল সংশাধনৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে পতঞ্জলি যোগপীঠৰ আচাৰ্য বালকৃষ্ণই ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত পতঞ্জলি যোগ পীঠ আচাৰ্য বালকৃষ্ণ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰীৰ লগতে চৰকাৰী বিষয়াবৰ্গ উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.