ক'ভিড আক্ৰান্তৰ কাষত বিধায়ক নুৰুল হুদা

By

Published : May 26, 2021, 9:17 PM IST

thumbnail

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ মহানুভৱতা ৷ সমষ্টিটোত ক'ভিড আক্ৰান্ত হৈ হোম আইচ'লেশ্যনত থকা পৰিয়ালৰ কাষত থিয় দিলে বিধায়কগৰাকীয়ে ৷ সমষ্টিটোৰ প্ৰায় শতাধিক পৰিয়ালৰ ঘৰে ঘৰে গৈ ক'ভিড প্ৰট'কল মানি আক্ৰান্তৰ লগতে পৰিয়ালৰ বৰ্তমান অৱস্থাৰ বুজ লৈ পৰিয়াল সমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। চাফ-চিকুন হৈ থকাৰ লগতে কৰ'ণাৰ পৰা হাতসাৰি থাকিবলৈ ক'ভিড প্ৰট'কল মানি চলিবলৈ সমষ্টিবাসীক আহ্বান জনাই মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰিলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.