নাজিৰাত সোপাধৰাৰ সন্দেহত এজনক গণ প্ৰহাৰ

By

Published : Sep 20, 2022, 4:39 PM IST

thumbnail
()

নাজিৰা মঠিয়াছিগাত সোমবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ(Tense Situation in Nazira) । সোপাধৰাৰ সন্দেহত এজন ব্যক্তিক উত্তম মধ্যম শোধাই ৰাইজে (Man beaten up in Nazira on suspicion of kidnapping) । মূৰ্মুষ অৱস্থাত নাজিৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ব্যক্তিজনক । ইয়াৰ পাছতেই অচেতন অৱস্থাত লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ইনাজান ভূঞা নামৰ ব্যক্তিজনক ৷ ইনাজান ভূঞাৰ ঘৰ শোণিতপুৰ জিলাৰ শুকানজুলিত বুলি জানিব পৰা গৈছে ৷ নাজিৰা নাওশলীয়া গাঁৱত ঘূৰি ফুৰা অৱস্থাত ৰাইজে সোপাধৰাৰ সন্দেহত মাৰপিট কৰে ব্যক্তিজনক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.