টীয়কৰ মেলেং মিলন মন্দিৰত বৈদিক পৰম্পৰাৰে মহাসপ্তমী পূজা

By

Published : Oct 2, 2022, 3:16 PM IST

thumbnail

আজি মহাসপ্তমী (Maha Saptami of Durga Puja 2022) । দুৰ্গা পূজা মণ্ডপসমূহত আৰম্ভ হৈছে সপ্তমীৰ পূজা অৰ্চনা (Durga Puja in Assam) । পুৰোহিতৰ মন্ত্ৰোচৰণৰ সমান্তৰালকৈ হাতে হাতে ধূপ-ধূনা, নৈবেদ্য লৈ মা দুৰ্গাৰ চৰণত শৰণাপন্ন হৈছে ভক্তসকল । ব্যতিক্ৰম নহয় ১০৭ বছৰ পুৰণি টীয়কৰ মেলেং মিলন মন্দিৰৰ পূজাও (Meleng Milan Temple in Jorhat) । জাকজমকতাৰ বিপৰীতে সম্পূৰ্ণ বৈদিক পৰম্পৰা ৰক্ষা কৰি মন্দিৰটোত উদযাপন কৰা হৈছে দুৰ্গা পূজা (Maha Saptami puja started at Meleng Milan Temple) । দেওবাৰে নৱপত্ৰিকা স্নান কৰাই ইতিমধ্যে সপ্তমীৰ পূজা আৰম্ভ হৈছে মন্দিৰত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.