ভিক্টৰ দাস সন্দৰ্ভত লুৰীণ জ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

By

Published : Sep 11, 2022, 10:47 PM IST

thumbnail

শেহতীয়াকৈ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তি পৰীক্ষাত ধনৰ লেনদেন সম্পৰ্কে এক বিতৰ্ক আৰম্ভ হৈছে (Assam recruitment scam allegation)। সামাজিক মাধ্যমযোগে ধনৰ লেনদেনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভিক্টৰ দাস (Victor Das arrested)। কিন্তু ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ লগে লগে ৰাজ্যৰ বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতে ভিক্টৰ দাস সন্দৰ্ভত শনিবাৰে ধেমাজিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ( Lurinjyoti Gogoi reaction on Victor Das arrested) ৷ শনিবাৰে অসম জাতীয় পৰিষদৰ যুৱ শক্তিৰ জিলা সমিতিৰ দ্বি বাষিক অধিৱেশনত অংশলৈ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে এয়া গণতন্ত্ৰ প্ৰতি সংকট বুলিহে অভিহিত কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.