যোৰহাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

By

Published : Jul 14, 2022, 4:44 PM IST

thumbnail

যোৰহাটৰ বন বিভাগে বৃহস্পতিবাৰে মহবন্ধা চাহ বাগিচাত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰে(Leopard caged in Jorhat) । নাহৰফুটুকীটোৱে বাগিচাখনৰ শ্ৰমিকৰ গৰু ছাগলী খাই উপদ্ৰৱ চলোৱাত তেওঁলোকে বন বিভাগক অৱগত কৰে ৷ বন বিভাগে সেই অনুসৰি বাগিচাখনত এটা পিঞ্জৰা পাতে আৰু বুধবাৰে নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় । পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৰ বয়স প্ৰায় পাঁচ বছৰীয়া বুলি বন বিষয়াই জানিব দিয়ে ৷ নাহৰফুটুকীটোৰ প্ৰাথমিক চিকিৎসা কৰাৰ পিছত পুনৰ অৰণ্যত মুকলি কৰি দিয়াৰ কথা জানিবলৈ দিয়ে বন বিষয়াই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.