ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত বিটিআৰ বন্ধ ঘোষণা প্ৰাক্তন এন ডি এফ বিৰ

By

Published : Sep 28, 2022, 3:19 PM IST

thumbnail

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ (NDFB founder president Ranjan Daimary) যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ বাহাল ৰখা ঘটনাই বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Former NDFB against ranjan daimary imprisonment) ৷ তাৰেই প্ৰতিবাদত বুধবাৰে প্ৰাক্তন এনডিএফবিয়ে ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বিটিআৰ বন্ধৰ ঘোষণা কৰিছে(Former NDFB announces BTR shutdown) ৷ ইতিমধ্যে বাক্সা জিলাৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান,যানবাহন সম্পূৰ্ণৰূপে বন্ধ থাকে ৷ অৱশ্যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যানবাহন নিয়মিতভাৱে চলাচল কৰা পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.