ডিব্ৰুগড়ত ইক’ ফ্ৰেণ্ডলী দূৰ্গাপূজা মণ্ডপ : কাচেৰে নিৰ্মাণ কৰা হৈছে প্ৰতিমা

By

Published : Oct 2, 2022, 8:14 AM IST

thumbnail

আজি মহা সপ্তমী (Maha Saptami of Durga Puja 2022) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ডিব্ৰুগড়তো চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি (Durga Puja preparation in Dibrugarh)৷ ডিব্ৰুগড় চহৰত এইবাৰ প্ৰায় শতাধিক পূজা অনুষ্ঠিত হৈছে । তাৰ মাজৰে ৬৫ বছৰত ভৰি দিয়া জিলাখনৰ জালুকপাৰাৰ দুৰ্গা পূজা মণ্ডপে চমক সৃষ্টি কৰিছে এইবাৰ ৷ ‘ইক’ ফ্ৰেণ্ডলী’ বিষয়বস্তু হিচাবে লৈ নিৰ্মাণ কৰা হৈছে এই মণ্ডপটো (Echo friendly Durga Puja pandal in Dibrugarh) । কাচেৰে নিৰ্মাণ কৰা হৈছে প্ৰতিমা । মনকৰিবলগীয়া যে, পূজাখনত কোনোধৰণৰ ৰং ব্যৱহাৰ কৰা হোৱা নাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.