টীয়কত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৭০ সংখ্যক জন্মজয়ন্তী উদযাপন

By

Published : May 10, 2022, 9:11 PM IST

thumbnail

সমগ্ৰ ৰাজ্যৰ লগতে টীয়কৰ নমাটি নামঘৰতো মঙলবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অঞ্চলটোৰ ৰাইজে উদযাপন কৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৭০ সংখ্যক জন্মজয়ন্তী (470th birth anniversary of Sri Sri Anirudhdev) । পুৱাই ঊষা কীৰ্তন, গছ-পুলি ৰোপণ, ধৰ্মধজ্জা উত্তোলন আদি কেইবাটাও কাৰ্যসূচীৰ পাছত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি নামঘৰ প্ৰাংগণৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় (Cultural rally in Teok)। উল্লেখযোগ্য যে, এই সাংস্কৃতিক শোভাযাত্ৰাত গাঁৱৰ আবাল বৃদ্ধা বনিতাৰ পৰা ডেকা-গাভৰু, কণ কণ ল'ৰা-ছোৱালীয়ে জাতীয় সাজপাৰৰ সৈতে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে পৰিবেশ মুখৰিত কৰি তুলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.