Construction worker missing: কৰ্মৰত অৱস্থাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল শ্ৰমিক

By

Published : Oct 11, 2022, 9:05 PM IST

thumbnail

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং (Guwahati-North Guwahati Bridge) নিৰ্মাণস্থলীত অঘটন । ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এজন শ্ৰমিক (Construction worker missing) । কৰ্মৰত অৱস্থাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল শ্ৰমিকজন (Falling into Brahmaputra river) । শ্ৰমিকজনৰ নাম শ্বাহৰুখ আলী (22) বুলি জানিব পৰা গৈছে । সোমবাৰে প্ৰায় ১০.৪৫ বজাত সংঘটিত হয় এই ঘটনা ৷ ইতিমধ্যে শ্ৰমিকজনক বিচাৰি লুইতৰ বুকুত SDRF আৰু ভৰলুমুখ আৰক্ষীয়ে চলাইছে অভিযান ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.