লক্ষ্মীপুৰৰ আসন দখল কৰিলে বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ে

By

Published : May 3, 2021, 12:41 PM IST

Updated : May 3, 2021, 4:43 PM IST

thumbnail

দেওবাৰে ঘোষণা হ'ল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ লক্ষ্মীপুৰ সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী কৌশিক ৰায় ৷ জয়লাভৰ পাছতে প্ৰাৰ্থী গৰাকীয়ে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

Last Updated : May 3, 2021, 4:43 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.