Cattle Smuggling in Kaliabor : কলিয়াবৰত গৰুভৰ্তি বাহন জব্দ

By

Published : Jul 24, 2022, 9:57 PM IST

thumbnail

কলিয়াবৰত দেওবাৰে আৰক্ষীয়ে অভিযান (Cattle smuggling in Assam) চলাই জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা এখন গৰু ভৰ্তি বাহন (Police seized vehicle loaded with cattle) ৷ বাহনখনৰ পৰা আৰক্ষীয়ে মুঠ 40 টাকৈ গো-ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে, জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS 01 BC 9943 ৷ উল্লেখ্য যে, এক গোপন তথ্যৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে নিশাৰে পৰাই উক্ত স্থানত তালাচী অভিযান অব্যাহত ৰাখিছিল (Assam Police raid against illegal Cattle Smuggling) । তেনে সময়তে উজনি দিশৰ পৰা নামনি দিশলৈ আহি থকা এখন কণ্টেইনাৰ ট্ৰাকে আৰক্ষীৰ তালচীৰ খবৰ লাভ কৰি পুনৰ উজনি অভিমুখে পলায়ন কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে বাহনখন অনুসৰণ কৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে ট্ৰাকখন এৰি চালক-হেন্দিমেনে পলায়ন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.