কলিয়াবৰত বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে কৃষিপাম

By

Published : Oct 27, 2021, 4:07 PM IST

thumbnail

কলিয়াবৰৰ কামাখ্যা গাঁৱত বুধবাৰে পুৱতি নিশা প্ৰায় ২০ জনীয়া বন্যহস্তীৰ জাকে প্ৰৱেশ কৰি উপদ্ৰৱ চলায় ৷ বন্যহস্তীৰ জাকটোৱে প্ৰশান্ত পাঠক নামৰ লোকজনৰ কৃষিপামৰ পকী ঘৰ ভঙাৰ লগতে কৃষিকাৰ্যত ব্যৱহৃত বহু সামগ্ৰী অনিষ্ট কৰে । কৃষিপামখনত প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্পতি নষ্ট কৰে বন্যহস্তীৰ জাকটোৱে । হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে কৃষিপামত থকা পাঁচজনীয়া শ্ৰমিক পৰিয়ালটোৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.