RIP Lata Mangeshkar: বলুকাত লতাৰ প্ৰতিচ্ছবি অংকনেৰে শ্ৰদ্ধাঞ্জলি মাধুৰ্যৰ

By

Published : Feb 7, 2022, 1:24 PM IST

thumbnail

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰলৈ শ্ৰদ্ধাঞ্জলি মাজুলীৰ এজন যুৱকৰ(Tribute to Lata Mangeshkar by Majuli Sand Artist) ৷ বলুকাত লতাৰ প্ৰতিচ্ছবি অংকন কৰি শেষ শ্ৰদ্ধাঞ্জলি জনায় মাজুলীৰ শিল্পী মাধুৰ্য ভাগৱতীয়ে(Sand Artist Madhujya Bhagwati) ৷ লতাৰ মৃত্যু সংগীত জগতৰ অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে মাধুৰ্যৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.