গৰুখুটিৰ উচ্ছেদিত লোকক ৬ বিঘাকৈ মাটি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল : মুখ্যমন্ত্ৰী

By

Published : Sep 24, 2021, 9:57 PM IST

thumbnail

গৰুখুটি কাণ্ডৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উচ্ছেদৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমি তেওঁলোকক মাটি আনি বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি প্ৰতিটো পৰিয়ালক 6 বিঘাকৈ মাটি দিয়াৰ সিধান্ত গ্ৰহণ কৰা হৈছিল ৷ যি সকল ভূমিহীন তেওঁলোকক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিহে উচ্ছেদ কৰা হৈছিল ৷ কিন্তু হঠাৎ প্ৰায় 10 লোক ওলাই আহি আৰক্ষী প্ৰশাসনৰ লোকক আক্ৰমণ কৰিবলৈ লোৱাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.