চৰকাৰী ব্যয়ত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহী সভা

By

Published : Dec 19, 2020, 2:31 PM IST

thumbnail

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত খৰচ কৰা হৈছে চৰকাৰী টকা । এই অভিযোগ উত্থাপন কৰিলে CPI নেতা চন্দন চক্ৰৱৰ্তী ৷ তেওঁ কয়, 'বিজেপিৰ কাৰ্যনিৰ্বাহী সভাৰ উপলক্ষে কৰিমগঞ্জ জিলাৰ আৱৰ্ত ভৱনৰ লগতে পুনৰ নিৰ্মাণ কৰা হৈছে ৰাজপথ ৷ য'ত ব্যয় কৰা হৈছে চৰকাৰী টকা ৷' উল্লেখ্য যে, 23 আৰু24 ডিচেম্বৰত কৰিমগঞ্জত আনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.