ক’ভিড পজিটিভ শিলচৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিতুমণি গোস্বামী

By

Published : Jul 26, 2020, 5:34 AM IST

thumbnail

ক’ভিড-19 ত আক্ৰান্ত শিলচৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC) দিতুমণি গোস্বামী । শুকুৰবাৰ শিলচৰ এছপি অফিছৰ চাৰি জন লোকক ক’ভিড-19 পজিটিভ চিনাক্ত হৈছিল । শিলচৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোস্বামীৰ স্বাৱ টেষ্টৰ ফলাত পজিটিভ ধৰা পৰে ৷ ইয়াৰ পাচতেই কাছাৰ আৰক্ষীৰ মাজত এতিয়া আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে । আক্ৰান্ত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । লগতে তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ স্বাৱ টেষ্ট কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.