আৰক্ষীৰ জালত গৰুচোৰৰ গেং - COW SMUGGLERS DETAINED - গৰু চোৰ

🎬 Watch Now: Feature Video

thumbnail
আৰক্ষীৰ জালত গৰু চোৰৰ গেং (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 31, 2024 at 10:00 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও, 31 মে’ : বঙাইগাঁও জিলাৰ অভায়াপুৰীত বঙাইগাঁও আৰক্ষীয়ে এক অভিযান চলায় । বঙাইগাঁও আৰক্ষীয়ে চলোৱা এই অভিযানত পাঁচটা গৰুচোৰক আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা এই অভিযান চলাই বঙাইগাঁও আৰক্ষীয়ে । বঙাইগাঁও আৰক্ষীয়ে এই অভিযানত এটা গৰুচোৰৰ গেঙক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন গৰুচোৰকেইটা হৈছে আবু চামা, মবিনুৰ ৰহমান, সাহিনুৰ ইছমাল, গুলাম ওস্মানি, সিকণ্ডৰ বাদশ্বাহ। লগতে বঙাইগাঁও আৰক্ষীয়ে গৰু চুৰিৰ কাৰ্যত ব্যৱহাৰ কৰা ২ খন চাৰিচকীয়া বাহন জব্দ কৰিবলৈও সক্ষম হয় ।

উল্লেখ্য যে, যোৱা কেইবামাহ ধৰি বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত গৰু চুৰিৰ ঘটনা বৃদ্ধি হৈছিল । গৰুচোৰৰ এই গেংটোৱে এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল অঞ্চলটোত ৷ সম্প্ৰতি আৰক্ষীয়ে চোৰৰ গেংটোক সোধা পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : সত্ৰাধিকাৰৰ তৎপৰতাত জব্দ চোৰাং গৰুসহ বিলাসী বাহন - Cow smuggling in Dibrugarh

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details