পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন ! ব্যক্ত কৰিলে ৰামেশ্বৰ তেলীয়ে

By

Published : May 2, 2021, 5:26 PM IST

thumbnail

ডিব্ৰুগড় ভোট গণনা কেন্দ্ৰত উপস্থিত হৈ অসমৰ ৰাইজক ধন্যবাদ জনালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । পৰবৰ্তী মুখ্যমন্ত্ৰী সম্পৰ্কত স্থিতি স্পষ্ট কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, দুটা দিনৰ পাছত কোন মুখ্যমন্ত্ৰী হ'ব সংসদীয় সমিতিয়ে সিদ্বান্ত ল'ব । লগতে মন্ত্ৰীজনে ‘কা' আন্দোলনকাৰীকো তীব্ৰ সমালোচনা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.