IPS Ananda Mishra বাহিনীলৈ লাঠী লৈ চোচা ল’লে কোনে ?

By

Published : Nov 11, 2021, 7:09 PM IST

thumbnail

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীক আক্ৰমণ । কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলে উদণ্ড লোকে । ৰূপহীহাটৰ তেলিয়াচাপৰী গাঁৱত সংঘটিত হৈছে আৰক্ষীক আক্ৰমণৰ এই ঘটনা । মহিলাসহ একাংশ উদণ্ড লোকে হাতত লাঠি আৰু ইটা লৈ ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ জোৱানৰ ওপৰত চলালে এই আক্ৰমণ । চাওঁ আহক ঘটনাৰ সবিশেষ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.