National Press Day : ৰঙিয়াত সংবাদ কৰ্মীলৈ শুভেচ্ছা

By

Published : Nov 16, 2021, 5:46 PM IST

thumbnail

ৰঙিয়াত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press Day) উপলক্ষে এখন সভা অনুষ্ঠিত কৰে ৰঙিয়া মহকুমা প্ৰশাসন(Rangia Sub-Division Administration)য়ে ৷ ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখনত ৰঙিয়া মহকুমাৰ প্ৰায় সকলো সাংবাদিক তথা সংবাদ কৰ্মীয়ে অংশগ্ৰহণ কৰে । আদৰণি ভাষণত ৰঙিয়াৰ মহকুমাধিপতি স্বপনীল পালে সকলো সাংবাদিককে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনায় ৷ লগতে তেওঁ কয় যে, সমাজখনক সুন্দৰ ভৱিষ্যতৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত সাংবাদিকৰ দায়িত্ব অপৰিসীম ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.