মৰাণৰ বৃহৎ জুৱাৰ ঘাটিত আৰক্ষীৰ অভিযান; জব্দ হ'ল 33 খন চাইকেল

By

Published : Nov 6, 2021, 7:16 PM IST

thumbnail

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং জটিয়নিত চলি থকা এটা বৃহৎ জুৱাৰ ঘাটিত অভিযান চলাই মৰাণ আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাই মৰাণ আৰক্ষীয়ে ৷ আৰক্ষীৰ উমান পাই জুৱাৰীসকল পলায়ন কৰে যদিও জুৱাৰ খেল চলি থকা স্থানৰ পৰা কুৰিৰো অধিক চাইকেল জব্দ আৰক্ষীয়ে ৷ জানিব পৰা মতে, প্ৰায় 33 খন চাইকেল জব্দ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.