ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ কৰিমগঞ্জ আৰক্ষী

By

Published : Jul 13, 2021, 4:52 PM IST

thumbnail

সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে কৰিমগঞ্জ আৰক্ষী ৷ মঙলবাৰে কৰিমগঞ্জ আৰক্ষী অধীক্ষক পদ্মনাভন বৰুৱাৰ নেতৃত্বত অসম আৰক্ষী (Assam Police) আৰু চিআৰপিএফ (CRPF) জোৱান সকলক লগত লৈ এক পদযাত্ৰা উলিওৱা হয় ৷ কৰিমগঞ্জ জিলাত একাংশ লোকে ক'ভিড প্ৰট'কল ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ সান্ধ্য আইন ভংগকাৰী সকলে সতৰ্ক কৰাৰ উদ্দেশ্যে এই পদযাত্ৰা উলিয়াই কৰিমগঞ্জ আৰক্ষীয়ে (Karimganj Police) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.