নিলামবজাৰত 2.2 পিস্তলসহ তিনি জাঁই সজীৱ গুলী জব্দ

By

Published : Jul 16, 2021, 9:58 PM IST

thumbnail

কৰিমগঞ্জত আৰক্ষীৰ অভিযান । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত জিলাখনৰ নিলামবজাৰত চলোৱা এক অভিযানত পিস্তলসহ সজীৱ গুলী উদ্ধাৰ ৷ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত হিজিমৰ এখন ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পইন্ট 2.2 পিস্তল আৰু তিনি জাঁই সজীৱ গুলী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.