Encounter in Jorhat : পছা গুলিবদ্ধ হোৱাত হৰিজন কলনিৰ বাসিন্দাসকলৰ আনন্দ উলাহ

By

Published : Dec 31, 2021, 11:56 AM IST

thumbnail

শুকুৰবাৰে যোৰহাটত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া(Drug Mafia injury in police encounter) কলা সম্ৰাট পছা ওৰফে ৰমেশ বাছফৰ ৷ বৃহস্পতিবাৰে ধুবুৰীত অভিযান চলাই যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ড্ৰাগছ মাফিয়া পছাক ৷ এই দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া পছা গুলিবিদ্ধ হোৱাৰ খবৰ পোৱা লগে লগে যোৰহাটৰ হৰিজন কলনিত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ (Joyful atmosphere at Harijan Colony) ৷ শুকুৰবাৰে পুৱাৰ ভাগত নৃত্য-গীত বেন্ডপাটী বজাই আনন্দ প্ৰকাশ কৰে কলনিৰ বাসিন্দাসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.