নিৰ্দয়! পথৰ দাঁতিত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

By

Published : Oct 29, 2021, 9:30 AM IST

thumbnail

গোৱালপাৰাৰ হুৰকাকুচিত এটি সদ্যজাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ । বৃহস্পতিবাৰে নিশাৰ ভাগত কোনো নিৰ্দয় পিতৃ-মাতৃয়ে পথৰ দাঁতিত পেলাই থৈ যায় নৱজাতকটিক । গোৱালপাৰা-পঞ্চৰত্ন পথত গৰম কাপোৰেৰে মেৰিয়াই পথৰ দাঁতিত থৈ যায় যদিও দুৰ্ভাগ্যৱশতঃ মৃত্যু ঘটে কেচুৱাটোৰ । শুকুৰবাৰে পুৱাৰ ভাগত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.