বৰপেটাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক ড্ৰাগছ মাফিয়া

By

Published : Dec 17, 2021, 4:36 PM IST

thumbnail

বৰপেটাৰ তাৰাবাৰী আৰক্ষী(Barpeta Police Anti Drug Operation)য়ে শুকুৰবাৰে অভিযান চলাই চাৰিটাকৈ ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় । তাৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত বহৰিৰ কলতলিৰ আজিজ মিঞাৰ ঘৰত অভিযান চলায় ৷ আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drug Seize at Barpeta) জব্দ কৰাৰ লগতে চাৰিটা ড্ৰাগছ মাফিয়াক আটক(Drug Peddler Arrested) কৰিবলৈ সক্ষম হয় । আটকাধীন ড্ৰাগছ মাফিয়াকেইটা ক্ৰমে আব্দুল মিঞা, চফিকুল ইছলাম, চান্দ মিঞা আৰু আহমেদ খান বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.