ETV Bharat / bharat

প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 3:17 PM IST

Know your week : ৰাশিফল অনুসৰি চলিত সপ্তাহটো প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ ক্ষেত্ৰত কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীয়ে ।

Know your week
প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? (Etv Bharat)

মেষ ৰাশি : চলিত সপ্তাহটোত শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰ শুভ নহয় । অৱশ্যে এই ৰাশিৰ লোকসকলৰ আয় বৃদ্ধি হ'ব । কিন্তু সম্পত্তিৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব ।

বৃষ ৰাশি : শুভ সপ্তাহ ৷ ভাল ফলাফল লাভ । উপাৰ্জন, শিক্ষা আদিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ।

মিথুন ৰাশি : শুভ সপ্তাহ ৷ ভাল ফলাফল লাভ কৰিব । কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ । ব্যৱসায়ৰ ক্ষেত্ৰত হঠাৎ উন্নতি হ'ব ৷

কৰ্কট ৰাশি : শুভ সপ্তাহ ৷ আয়ৰ ক্ষেত্ৰত শুভ । বন্ধুৰ পৰা সহায় লাভ ৷ নতুন ব্যৱসায় আৰম্ভ ৷ প্ৰেম, শিক্ষা আদিৰ ক্ষেত্ৰত শুভ ৷

সিংহ ৰাশি : কৰ্মস্থানত ভাল ফলাফল লাভ কৰিব । ব্যৱসায় ক্ষেত্ৰত বাধা আহিব পাৰে ।

কন্যা ৰাশি : প্ৰেমৰ ক্ষেত্ৰত অকমান দূৰত্ব আহিব পাৰে । ব্যৱসায়, কৰ্মস্থান, শিক্ষা আদিত শুভ ফলাফল লাভ ।

তুলা ৰাশি : চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব । প্ৰেম, বৈবাহিক সম্পৰ্ক আদিৰ ক্ষেত্ৰত এই সপ্তাহটো বিশেষভাৱে শুভ ৷

বৃশ্চিক ৰাশি : উপাৰ্জনৰ ক্ষেত্ৰত এই সপ্তাহটোত স্থিৰতা লাভ কৰিব । প্ৰেমৰ ক্ষেত্ৰতো ভাল ৷ ছাত্ৰ-ছাত্ৰীৰ বাবেও শুভ সপ্তাহ । লগতে নতুন ব্যৱসায়ৰ যোগ ৷

ধনু ৰাশি : চলিত সপ্তাহত শত্ৰু বৃদ্ধি হ'ব পাৰে । প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো মধ্যমীয়া । কৰ্মক্ষেত্ৰৰ লগতে শিক্ষাৰ্থীৰ বাবেও শুভ ৷

মকৰ ৰাশি : সপ্তাহটো শুভ ৷ সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ ।

কুম্ভ ৰাশি : এই সপ্তাহত কিছু চিন্তা হ’ব পাৰে । বৈবাহিক ক্ষেত্ৰত দূৰত্ব আহিব পাৰে । শিক্ষা, কৰ্মস্থান আদিত ভাল ফলাফল লাভ কৰিব । নতুন চাকৰি লাভৰ যোগ ৷

মীন ৰাশি : প্ৰেমৰ ক্ষেত্ৰত শুভ সপ্তাহ ৷ শিক্ষাৰ্থী লগতে কৰ্মক্ষেত্ৰত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.