নলবাৰীত গৰুখুটিত উচ্ছেদ অভিযানৰ সমৰ্থনত হিন্দু জাগৰণ মঞ্চৰ বৃহৎ সমদল

By

Published : Sep 26, 2021, 10:26 PM IST

thumbnail

সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো দেওবাৰে হিন্দু জাগৰণ মঞ্চ নলবাৰী জিলা সমিতিয়ে গৰুখুটিত উচ্ছেদ অভিযানৰ সমৰ্থনত নলবাৰী হৰিমন্দিৰ পৰা আম্বেদকাৰ চ’কলৈ এক বৃহৎ সমদলৰে পদযাত্ৰা কৰে ৷ নলবাৰী হৰিমন্দিৰ প্ৰাংগণৰ পৰা পিএনচি ৰোড হৈ নলবাৰী সদৰ থানালৈ কৰা এই বৃহৎ সমদলকাৰীয়ে অসম আৰক্ষী জিন্দাবাদ, অবৈধ বেদখলকাৰীক বিতাড়ন কৰক, অবৈধ বেদখলকাৰী হুচিয়াৰ, এই উচ্ছেদ চলিচে চলিবই, আদি বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তপ্ত কৰি তোলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.